Posted inঅসম

অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত

গুৱাহাটী: অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত শনিবাৰে মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চেনীটাইজেচন কৰা হয়।গুৱাহাটীৰ আমবাৰী, ফাঁচীবজাৰ, উজান বজাৰ, চান্দমাৰী, গণেশগুৰি, আদাবাৰী, বেলতলা আদি বিভিন্ন স্থানত ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চেনীটাইজেচন কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যলয়ত যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, সাধাৰণ সম্পাদক পল কাশ্যপ, হৃষিকেশ […]