Posted inঅসম

মাৰ্ঘেৰিটাৰ ববী হাজৰিকালৈ অসম গৌৰৱ বঁটা

মাৰ্ঘেৰিটা : ৰাজ্যৰ ১৩ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ’ল অসম গৌৰৱ বঁটা। বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই ব্যক্তিসকলক অসম চৰকাৰৰে এই স্বীকৃতি প্ৰদান কৰে। মুঠ ১৩ গৰাকী ব্যক্তিক এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। এইবাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ববী হাজৰিকাই লাভ কৰিছে গৌৰৱ বঁটা। বঁটা লাভ কৰি মাৰ্ঘেৰিটা মাকুম বাগানৰ নিবাসী এগৰাকী উদ্যোগী […]