Posted inঅসম

প্ৰতিবছৰে প্ৰদান কৰা হ’ব ‘অসম ৰত্ন’ বঁটা!কেবিনেটৰ সিদ্ধান্ত

গুৱাহাটীঃ ৰাজ্যৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সন্মানীত কৰাৰ বাবে পূৰ্বৰ অসম ৰত্ন বঁটাৰ লগতে অসম চৰকাৰে আৰু তিনিটা নতুন বঁটা প্ৰবৰ্তনৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। এই বছৰৰ পৰা প্ৰতিবছৰে শিক্ষা, সাহিত্যৰ লগতে বিভিন্ন শিতানত অৱদান আগবঢ়াই অহা বিশিষ্ট অৱদানৰ বাবে এগৰাকী ব্যক্তি প্ৰতি বছৰে ‘অসম ৰত্ন’ বটাঁ প্ৰদান কৰা হ’ব ৷ […]