Posted inঅসম

আৰ্থিক সংকটত ভুগিছে অসম সাহিত্য সভা

নিউজ ডেস্কঃ গভীৰ আৰ্থিক সংকটত ভুগিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰৰ অধিৱেশনৰ পূৰ্বে সভাপতি কুলধৰ শইকীয়া আৰু সাধাৰণ সম্পাদক যাদৱ শৰ্মাই দেওবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সভাপতি কুলধৰ শইকীয়াই জনাই যে, ৰাজ্য চৰকাৰে প্ৰতিবছৰে আগবঢ়াই অহা সাহিত্য সভাক আৰ্থিক সাহায্য মুকলি কৰি নিদিয়াৰ বাবে অনুষ্ঠানটো গভীৰ সংকটত ভুগিছে। আনকি আৰ্থিক সংকটৰ […]