নিউজ ডেস্কঃ অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকাই বুধবাৰে গুৱাহাটীৰ সাহিত্য সভা ভৱনত এক সংবাদ মেল সম্বোধন কৰে। সভাপতি সূৰ্য্য হাজৰিকাই অসম সাহিত্য সভাৰ আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। অসম সাহিত্য সভাই পুনৰ প্ৰকাশ কৰিব অসমৰ বহু বৰেন্য ব্যক্তিৰ বহু গ্ৰন্থ সংকলন। সাহিত্য সভাৰ প্ৰত্ৰিকাও পুনৰ প্ৰকাশ কৰাৰ লগতে অসমীয়া আৰু […]
Tag: Asom sahitya sabha
Posted inঅসম