Posted inঅসম

পৰম্পৰাগত খাদ্য সম্ভাৰ জীয়াই ৰাখি আত্মনিৰ্ভৰশীল এদল যুৱক-যুৱতী

সোণাৰিঃ চৰাইদেউ জিলাৰ এদল যুৱক-যুৱতীৰ ব্যতিক্রমী পদক্ষেপ। অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ জীয়াই ৰাখি আত্মনিৰ্ভৰ হৈ উঠিছে এদল যুৱক-যুৱতী। চৰকাৰী চাকৰিৰ পাছে পাছে দৌৰী নুফুৰি নিজৰ উপাৰ্জনৰ পথ নিজে উলিয়াই লৈছে এইসকল যুৱক-যুৱতীয়ে।  চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱকজনে অসমীয়া বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ ‘অসমীয়া পাকঘৰ’ নামৰ এটি অনুষ্ঠানৰ জৰিয়তে নিজৰ লগতে আন […]