লখিমপুৰ: এচাম সংগঠনে বৰ্তমান সময়ত প্ৰতিবাদৰ নামত উচতনিমুলক মন্তব্য কৰি হাৰ বাবে ৰাজ্য প্ৰশাসন এইবোৰৰ ওপৰত কঠোৰ হৈছে। ইয়াৰ বাবেই এইবাৰ লখিমপুৰত জেললৈ যাব লগীয়া হ’ল নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া দুই নেতা। অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জীৱ বৰদলৈ, আৰু লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি দিপাঙ্কৰ নাথক আৰক্ষীয়ে অসাংবিধানিক […]