প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্য্যকৰী পদক্ষেপৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে আৰু উন্নয়নৰ ক্ষেত্ৰত এই ৰাজ্যকেইখন আগবাঢ়ি গৈছে। ইয়াত ২০১৪ৰ তুলনাত ২০২২ত বিদ্ৰোহৰ ঘটনা ৭৬% হ্ৰাস পাইছে। একেদৰে, এই সময়ছোৱাত নিৰাপত্তাৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ ক্ৰমে ৯০% আৰু ৯৭% হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত […]
Tag: #Assam
Posted inঅসম