Posted inঅসম

অসম চুক্তি, খিলঞ্জীয়া, অসমীয়াৰ সংজ্ঞা সম্পৰ্কে কি কয় বিভাগীয় মন্ত্ৰী অতুল বৰাই

অসম চুক্তি ৰূপায়ণে আজি ৩৭টা বৰ্ষত ভৰি দিলে। অসম চুক্তিৰ প্ৰসংগ,খিলঞ্জীয়াৰ সংজ্ঞা, অসমীয়াৰ সংজ্ঞা সম্পৰ্কে অসম চুক্তি দপ্তৰৰ মন্ত্ৰী অতুল বৰাৰ মন্তব্যই সকলোৰে চকু কপালত তুলিছে। মন্ত্ৰী গৰাকীয়ে বিধানসভাৰ মজিয়াত কয় কয় “অসম চুক্তিত উল্লেখ আছে অসমীয়া জনগণৰ কথা ৷ কিন্তু নিৰূপণহে হোৱা নাই ইয়াৰ সংজ্ঞা।” অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰিবৰ বাবে বিপ্লৱ […]