Posted inঅসম

ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি, সলনি হ’ল কামৰূপৰ উপায়ুক্ত

নিউজ ডেস্ক: ৰাজ্যৰ প্ৰশাসনত আকৌ ব্যাপক ৰদবদল কৰিছে ৰাজ্য চৰকাৰে । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্বত থকা বিশ্বজিৎ পেগুক ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক। ডিমা হাচাওৰ উপায়ুক্ত পল বৰুৱাক চৰাইদেউ জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।আনহাতে বিত্তীয় পৰিদৰ্শন সঞ্চালক তথা […]