Posted inঅসম

অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন

যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক’লাধানৰ চাউলৰ ভাত খাই অসমৰ জনসাধাৰণে অধিক পৰিপুষ্টি অৰ্জন কৰাই নহয় এই ধানৰ খেতি কৰি অসমৰ কৃষক সকল অধিক উপকৃত হোৱাৰ দিশে আগবাঢ়িছে ।কৃষিভিত্তিক অসমৰ অৰ্থনীতি সলনি কৰি দিব পৰাৰ সম্ভাৱনা থকা ক’লাধানৰ ২০ কুইন্টল বীজ উৎপাদনৰ জৰিয়তে এই দিশত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।আজি […]