নিউজ ডেস্ক: অসম কৃষি বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা এটা পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। AICRP-WIA প্ৰকল্পৰ অধীনত সৃষ্টি হোৱা পদটোৰ নাম হৈছে – Young Professional-II। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতপ্ৰাপ্ত বিশ্ববিদ্যালয় / প্ৰতিষ্ঠানৰ পৰা Food Science & Nutrition বা Family Resource Management & Consumer Science-ত বিশেষ বিষয় হিচাপে লৈ গৃহ বিজ্ঞানত স্নাতকোত্তৰ […]