কমাৰগাঁও (গোলাঘাট): বোকাখাত বিধানসভা সমষ্টিৰ দুসুঁতিমুখ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগণত বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় পশু পুষ্টি আৰু পশুতত্ত্ব বিভাগৰ সহযোগত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত “পশুপালন সজাগতা সভা আৰু পশু খাদ্য বিতৰণ” অনুষ্ঠান অনুষ্ঠিত হয়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই গাহৰি পালনেৰে বৰ্তমান সময়ত আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ […]