মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে বহু দশকজোৰি চলি থকা সীমা বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত অসম চৰকাৰে শেহতীয়াকৈ চুবুৰিয়া ৰাজ্যসমূহৰ সৈতে আলোচনা আৰম্ভ কৰাৰ সমান্তৰালকৈ সীমামুৰীয়া অঞ্চলসমূহৰ ক্ষেত্ৰ প্ৰৰিৰ্দশন আৰম্ভ কৰিছে। অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত নামচাই ঘোষণা পত্ৰৰ পাছত শনিবাৰে দ্বিতীয় বাৰৰ বাবে দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে যুটিয়াভাৱে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা […]