Posted inঅসম

তৃতীয় লিংগৰ ৪৪গৰাকী ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ৪টা ভোটগ্ৰহন কেন্দ্ৰত বিশেষ সুবিধাৰ মাজেৰে ৪৪গৰাকী তৃতীয় লিংগৰ ভোটাৰে সাব্যস্ত কৰিলে ভোটদান । গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগিতাত তৃতীয় লিংগ সকলৰ সুবিধাৰ্থে পৃথক ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে ৷ গুৱাহাটী মহানগৰীত দুপৰীয়া ১২বজালৈকে ভোটদানৰ হাৰ হৈছে ২৮.৯৬শতাংশ দিছপুৰ সমষ্টিত ভোটদানৰ হাৰ ২৯.০০শতাংশগুৱাহাটী পূবত ভোটদানৰ হাৰ ২৫.০০শতাংশ গুৱাহাটী পশ্চিমত ভোটদানৰ হাৰ ৩০.০০শতাংশ জালুকবাৰীত […]