Posted inঅসম

মাধ্যম বিতৰ্ক, উচ্ছেদক লৈ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা সদনত তীব্ৰ বাক-বিতণ্ডা

গুৱাহাটী: আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনত মাধ্যম বিতৰ্ককে ধৰি তিনিটা প্ৰসংগকলৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অগ্ৰাহ্য কৰাত সদনত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হোৱাত কিছু সময়ৰ বাবে সদন স্থগিত হয়। কংগ্ৰেছ দলৰ লগতে বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ ইংৰাজী মাধ্যম […]