Posted inঅসম

কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বৈঠক

১০ মাৰ্চৰ পৰা ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা ১৪ দিনীয়া বাজেট অধিবেশনৰ বৃহস্পতিবাৰে অন্ত পৰে। অধিবেশনৰ অন্তিমটো দিনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদৰী কৰি কয় যে অসম বিধানসভাৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব কোকৰাঝাৰত। গুৱাহাটীতে সীমাবদ্ধ নাথাকি বিধানসভাৰ বৈঠক প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুস্থিত কৰাৰ পৰিকল্পনা কৰা হৈছে । বিধানসভাক ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে অসমৰ […]