মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইিনৰ নেতৃত্বত দেওবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগা গাঁও পঞ্চায়তৰ এআইইউডিএফৰ পৰা নিৰ্বাচিত হোৱা পঞ্চায়ত সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যাসহ মুঠ ৮ গৰাকী পঞ্চায়ত প্ৰতিনিধি এআইইউডিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। স্বামীসহ বিজেপিত যোগদান পঞ্চায়ত সভানেত্ৰী গৰাকীৰ। দিনৰ ১১ বজাত জিলা বিজেপৰ সভাপতি আলতাফ হুছেইনৰ বাসগৃহত […]