Posted inঅসম

কাইলৈ হ’ব লগা বিধায়িনী দলৰ বৈঠকৰ প্ৰস্তুতিৰ বুজ ল’লে ৰঞ্জিত দাসে

গুৱাহাটী : কাইলৈ গুৱাহাটী বিজেপি বিধায়িনী দলৰ বৈঠক, এই বৈঠকতে ঘোষণা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। কাইলৈ দিনৰ ১২ বজাত আৰম্ভ হোৱাৰ কথা বিধায়িনী দলৰ বৈঠকৰ। এই বিধায়িনী দলৰ বৈঠকত অংশ ল’বৰ বাবে আজি নিশাই বিজেপিৰ চাৰিজনকৈ কেন্দ্ৰীয় নেতা গুৱাহাটীলৈ অহাৰ কথা। বিজেপিৰ কেন্দ্ৰীয় নেতা সকলৰ ভিতৰত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, অৰুণ […]