Posted inক্ৰীড়া

গুৱাহাটীত দৃষ্টিহীন ছোৱালীক ক্ৰিকেটৰ প্ৰশিক্ষণ

গুৱাহাটী : গুৱাহাটীত দৃষ্টিহীন ছোৱালীক ক্ৰিকেটৰ প্ৰশিক্ষণ। গুৱাহাটীৰ বশিষ্ঠৰ লতাকটাস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দৃষ্টিহীন ছোৱালীৰ ক্ৰিকেটৰ প্ৰশিক্ষণ সম্পন্ন হয়। বেচৰকাৰী সংস্থা কেয়াৰ ইউ-৩৬৫ৰ উদ্যোগত বিদ্যালয়খনত পঢ়ি থকা অসমৰ বিভিন্ন প্ৰান্তৰ ৮ গৰাকী খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম দৃষ্টিহীন ক্ৰিকেট দল(ল’ৰা)ৰ অধিনায়ক ৰাজদ্বীপ দাকুৱা আৰু সংস্থাৰ প্ৰকল্প সঞ্চালক সুশীল পৌৰেলে খেলুৱৈসকলক দৃষ্টিহীন […]