Posted inঅসম

আন এক অভিলেখৰ দিশত শিৱ থাপা; বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

নিউজ ডেস্ক : আন এক ৰাষ্ট্ৰীয় অভিলেষৰ বাবে সাজু হৈছে অসমৰ বক্সাৰ শিৱ থাপা। আৰু মাত্ৰ এখন খেলত জয়লাভ কৰিলে শিৱই বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুটা পদক অৰ্জন কৰা দেশৰ প্ৰথম গৰাকী পুৰুষ বক্সাৰৰ অভিলেখ ৰচনা কৰিব। সোমবাৰে চাৰ্বিয়াৰ বেলগ্ৰেডত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ ৬৩.৫ কিলো শাখাত ২৭ বছৰীয়া শিৱ থাপাই ফ্ৰান্সৰ […]