Posted inদেশ-বিদেশ

ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ বাবে ক্ৰেডিট গেৰাণ্টি আঁচনিৰ পুনৰ নিৰ্মাণ

নিউজ ডেস্ক: ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ এপ্ৰিলৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ গেৰাণ্টি আঁচনি পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰে।  যাৰ বাবে ২ লাখ কোটি টকাৰ অতিৰিক্ত ঋণ আৰু ঋণৰ ব্যয় প্ৰায় ১ শতাংশ হ্ৰাস কৰিবলৈ ৯,০০০ কোটি টকা প্ৰদান কৰা হয়। আনহাতে তেওঁ গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপবোৰ হৈছে- […]