ভৱানীপুৰত বিজেপিৰ ফণী তালুকদাৰৰ জয়লাভ । এইবাৰ জয়ৰ ব্যবধান যোৱা নিৰ্বাচনতকৈ বহু বৃদ্ধি হয় । ফণী তালুকদাৰে ৬৪,২০০ টা ভোট লাভ কৰি ২৫,৬৪১ টা ভোটৰ ব্যবধানত জয়লাভ কৰে । কংগ্ৰেছে ৩৮,৫৫৯ টা ভোট আৰু AIUDFএ ৬৪২০ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। যোৱা নিৰ্বাচনত ৫৫,৯৭৫ টা ভোট লাভ কৰাৰ বিপৰীতে ৩২২৭ টা ভোটত জয়লাভ কৰিছিল […]
Tag: assam bye election 2021
Posted inঅসম