Posted inঅসম

CAA আন্দোলনকাৰীয়ে পাঁচ হাজাৰ মানুহ গোট খুৱাই দেখুৱাওক

ৰাজ্যত দ্বিতীয়বাৰৰ বাবে আৰম্ভ হোৱা CAA বিৰোধী আন্দোলন কোনো অস্তিত্বই নাই বুলি উল্লেখ কৰিলে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷