Posted inঅসম

মাইক্ৰফাইনেন্সৰ ঋণ ওভোটাই দিয়াৰ দিন ঘোষণা চৰকাৰৰ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মাইক্ৰফাইনেন্সৰ ঋণ ওভোটাই দিয়াৰ ক্ষেত্ৰত লোৱা হ’ল আনুষ্ঠানিক সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত মৰ্মে মাইক্ৰফাইনেন্সৰ ঋন ৰেহাই দিব লগাসকলক অহা ২৮,২৯ আৰু ৩০ নৱেম্বৰত চৰকাৰে চেক হাতত দিব ঋণগ্ৰস্ত মহিলাসকলৰ।প্ৰথমে ৯ খন জিলাত সামৰি লোৱা হ’ব । ব্লক পৰ্যায়ত জিলা উপায়ুক্তই দিহা কৰিব । ঘোষণা অনুসৰি […]