আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ– এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ বাবেহে অন্যান্য বাহন পথত ৰখাই থ’ব পাৰিব। মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰত থাকিব কেৱল ৬ খন বাহন।আনহাতে গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব ১২ খন বাহন। সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷ […]
Tag: Assam Cabinate
Posted inঅসম