নিউজ ডেস্ক: অসম কেবিনেটে ৰাজ্যজুৰি ২,০০০ টা নতুন অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন জনাইছে, বুধবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, চাইল্ডকেয়াৰ সেৱা উন্নত কৰাৰ বাবে গ্ৰাম্য অঞ্চলত উক্ত অংগনৱাড়ী কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হ’ব। মুঠ ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগীয়া ২০০০ টা অংগনৱাড়ী কেন্দ্ৰৰ প্ৰতিটো […]