Posted inঅসম

ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ত বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব

গুৱাহাটীঃ মঙ্গলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত আগন্তুক বর্ষৰ পিতৃ-মাতৃৰ বন্দনা কার্যসূচীৰ বাবে বিশেষ নৈমিত্তিক ছুটীৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ‘২০২৩ত বিশেষ নৈমিত্তিক ছুটীৰ লগতে ১২ ফেব্ৰুৱাৰী দেওবাৰে বন্ধৰ দিন লাভ কৰিব।এই বন্ধৰ সময়খিনিত কৰ্মচাৰীসকলে নিজৰ জীৱিত পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ সৈতে […]