Posted inৰাজনীতি

প্ৰিয়ংকা গান্ধীয়ে কাক ৰিজালে শকুনি মামাৰ সৈতে আৰু কাক ধৃতৰাষ্ট্ৰ বুলিলে

নিউজ ডেস্ক: একেৰাহে দ্বিতীয় দিনা নিৰ্বাচনী প্ৰচাৰত অংশ লয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে |সোমবাৰে সৰুপথাৰ বিধানসভাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ তাৰকা প্ৰচাৰক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অন্ধ ধৃতৰাষ্ট্ৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘শকুনি মামা’ সৈতে তুলনা কৰে ।অসমৰ ৰাজনীতিত শেহতীয়াকৈ যুৱচামৰ মাজত মামা […]