নিউজ ডেস্কঃ বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ল’লে কভিড ভেকচিনৰ দ্বিতীয়টো ড’জ। ডিঙিত গামোছা লৈ দিল্লীৰ এইমছত প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰিলে কভিড ভেকচিন । মোডীয়ে ১ মাৰ্চত গ্ৰহণ কৰিছিল ক’ভিড ভেকচিনৰ প্ৰথম ড’জ। ইফালে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিলে কভিড ভেকচিনৰ প্ৰথমটো ড’জ। সামাজিক মাধ্যমত নিজৰ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটী চিকিৎসা […]