Posted inঅসম

মৰিগাঁৱত প্ৰথম গৰাকী কৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু

মৰিগাওঁঃ ৰাজ্যত জটিল ৰূপত ক’ভিড পৰিস্থিতি। দিনে দিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্য়া। মৰিগাঁৱত প্ৰথম গৰাকী কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। কোভিড আক্ৰান্ত হৈ মৰিগাঁও মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক বুদ্ধেশ্বৰ কলিতাৰ মৃত্যু। শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপক জনে । ১এপ্ৰিলত শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত […]