Posted inঅসম

মহানগৰীৰ স্কুলত বাঢ়িছে কোৰোনাৰ সংক্ৰমণ

গুৱাহাটীঃ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে মহানগৰীৰ এখন আভিজাত বিদ্যালয়ে। ছাত্ৰ-শিক্ষক কোভিড আক্ৰান্ত হোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই লুকুৱাই থৈছে এই তথ্য। বিদ্যালয় কৰ্তৃপক্ষই তথ্য লুকুৱাই থোৱা বুলি অভিভাবকৰ মাজত চৰ্চা চলিছে। এতিয়াও সত্যাসত্য প্ৰকাশ কৰা নাই বিদ্যালয় খনে। কোভিড আক্ৰান্ত হোৱা তথ্য কোনেও ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰিব। আনকি কোভিড আক্ৰান্ত হ’লে এই তথ্য গোপনে ৰাখি […]