Posted inঅসম

খুমটাইত আৰ্তজনক সহায় আগবঢ়াই অনুজ কুৰ্মীয়ে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন

গোলাঘাটঃ কৰোনাৰ দ্বিতীয়টো লহৰে সমগ্ৰ ৰাজ্যতে লৈছে ভয়াৱহ ৰূপ ৷ গোলাঘাটৰ খুমটাইৰ কেইবাখনো বাগিচাৰ অৰ্ধশতাধিক চাহ শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈ থাকিব লগীয়া হৈছে ক’ভিড কেয়াৰ চেন্টাৰত ৷ খুমটাইত আৰ্তজনৰ কাষত থিয় হৈ বহুজনে দিছে মহানুভৱতাৰ পৰিচয় ৷ খুমটাইৰ কেইবাখনো বাগিচাৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰিলে আটছাৰ গোলাঘাট শাখাৰ সম্পাদক […]