Posted inNews

১০ জানুৱাৰীত খেল, আজি গুৱাহাটী পাবহি  বিৰাট কোহলীসহ ৮ খেলুৱৈ

গুৱাহাটী: ২০২৩ বৰ্ষৰ প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। ১০ জানুৱাৰীত হ’বলগীয়া খেলৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব বিৰাট কোহলী,  শ্ৰেয়াস আয়াৰ,  কে এল ৰাহুল,  কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ,  মহম্মদ ছামি আৰু মহম্মদ চিৰাজ। আনহাতে বৰ্তমান টি-২০ শৃংখলাত খেলি থকা বহু কেইগৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ নকৰে এদিনীয়া শৃংখলাত। হাৰ্ডিক পাণ্ডিয়াৰ স্থানত […]