Posted inক্ৰীড়া

বিত্তীয় অনিয়মৰ বাবে পূৰ্বৰ বিষয়ববীয়াৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ সিদ্ধান্ত অসম ক্ৰিকেট সন্থাৰ

কাজিৰঙা: অসম ক্ৰিকেট সন্থাত ২০১৬ চনৰ পৰা ২০১৯ চনলৈ সংঘটিত বিত্তীয় অনিয়মৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰিব বুলি আজিৰ বাৰ্ষিক সাধাৰণ সভাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় বুলি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে । কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত এখন ব্যক্তিগত পৰ্যটন নিবাসত অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক অধিবেশনৰ গুৰুত্বপূৰ্ণ বৈঠকত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা […]