অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ পৰীক্ষাৰ ফলাফল অহা ১৮ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব। এই কথা বৃহস্পতিবাৰে প্ৰকাশিত এক চৰকাৰী জাননীত সদৰী কৰা হৈছে। মুঠ ২২ টা বিভাগৰ ১১৬৬২ টা পদৰ ফলাফল ঘোষণা কৰা হ’ব উক্ত দিনা।