Posted inNews

Assam Direct Recruitment : অসম চৰকাৰৰ চাকৰিৰ নিযুক্তিত ধনৰ লেনদেনৰ অভিযোগ

এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বে ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে। তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ গাড়ীচালকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’বলৈ বাকী থকাৰ সময়তেই এজন যুৱকৰ এটা টুইটে হাহাকাৰ লগাইছে৷