নিউজ ডেস্ক: গুৱাহাটীৰ পানাখাইতিত অৱস্থিত ডাউন টাউন ইউনিভাৰচিটিৰ প্ৰেক্ষাগৃহত ডবা খেলুৱৈ অভিভাৱক সন্থাই অহা ১১ জুলাইৰ পৰা ১৬ জুলাইত পঞ্চম আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং ডবা খেল প্ৰতিযোগিতা আয়োজন কৰিব ৷ এই প্রতিযোগিতা খনত সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২০০ জনৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতা খনত প্ৰথম ৩৫ জন স্থান লাভ কৰা […]