Posted inঅসম

পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিশেষ স্কলাৰশ্বিপ

নিউজ ডেস্ক : গুৱাহাটীস্থ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে অনুসুচিত জাতি (SC), অনুসুচিত জনজাতি (ST), আন আন পিছপৰা শ্ৰেণী (OBC) আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰসকলৰ বাবে এক মেগা আৰ্থিক সাহায্য আগবেঢ়েৱাৰ কথা ঘোষণা কৰিছে। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে উক্ত স্কলাৰশ্বিপৰ বাবে আৱেদন কৰিব পাৰে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলক বিশ্ববিদ্যালয়খনে তেওঁলোকৰ পাঠ্যক্ৰম আটাইকেইটা ছিমেষ্টাৰৰ টিউচন ফী ৰেহাই দিয়া হ’ব। […]