গুৱাহাটী : এগৰাকী গৃহৰক্ষী কৰ্মীৰ সততা আৰু কৰ্তব্যনিষ্ঠাই এতিয়া সকলোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানাত কৰ্মৰত বৰছিং বে’ নামৰ গৃহৰক্ষী কৰ্মী গৰাকীয়ে দাঙি ধৰা এক অনন্য নিৰ্দশনৰ বাবে আৰক্ষীয়ে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা অনুসৰি সোমবাৰে নিশা মণিপুৰৰ মৰেৰ পৰা গুৱাহাটী অভিমুখে আহি থকা MN06B-0511 নম্বৰৰ এখন […]