Posted inঅসম

অসম হ’ব ভাৰতৰ মাতৃভাষা ভিত্তিক শিক্ষাৰ প্ৰয়োগশালা : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী

গুৱাহাটী : অসমক ভাৰতৰ মাতৃভাষা ভিত্তিক শিক্ষাৰ প্ৰয়োগশালা হিচাপে গঢ়ি তোলা হ’ব। এই ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। গুৱাহাটীত আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত উত্তৰ পূব শিক্ষা সমাৰোহত অংশগ্ৰহণ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে এই ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব দিয়া আজিৰ সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, ‘আমাৰ সভ্যতাক ধৰি […]