Posted inঅসম

অসম চৰকাৰৰ নতুন নিৰ্দেশনা : ৩০০তকৈ অধিক ক’ভিড আক্ৰান্ত জিলাত বন্ধ হ’ব সকলো শিক্ষানুষ্ঠান

ৰাজ্যত ক্ৰমাৎ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত এখন নতুন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত বিগত ১০ দিনত যিসমূহ জিলাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩০০ তকৈ অধিক হৈছে তেনে জিলাসমূহত সকলো শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ কোৱা হৈছে। এই নিৰ্দেশনা ১৫ দিনৰ বাবে বাহাল থাকিব। আৰু পঢ়কঃবোকাখাত হস্পিতালৰ পৰা কভিড আক্ৰান্তৰ […]