নিউজ ডেস্ক: অসমৰ শিক্ষা বিভাগৰ অন্য এক যুগান্তকাৰী সিদ্ধান্ত। শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকৰ সুবিধা হোৱাকৈ অসমৰ শিক্ষা বিভাগে ব্যৱস্থা কৰিছে ই-পাঠ্যপুথি। যাৰ দ্বাৰা এতিয়াৰে পৰা অনলাইনযোগে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয়ত ব্যৱহৃত সকলো পাঠ্যপুথি সমূহ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাবে কাহিলীপাৰাস্থিত মিছন সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই […]