Posted inঅসম

মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুলৰ পৰা ৰেহাই পাব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে

নিউজ ডেস্ক: হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই কৰা হ’ব। অসম চৰকাৰে পূৰ্বৰ দৰে এইবাৰো দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাচুল ৰেহাইৰ সিদ্ধান্ত বাহাল ৰাখিছে। সেই অনুসৰি বছৰি ২ লাখ টকাতকৈ কম আয় কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত, হাই মাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ […]