Posted inৰাজনীতি

অসম বিধানসভা নিৰ্বাচনত লক্ষাধিক ভোট লাভ কৰা প্ৰাৰ্থীসকল

নিউজ ডেস্কঃ অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলত এইবাৰ অভিলেখ সৃষ্টি কৰিলে দিছপুৰ সমষ্টিৰ অতুল বৰাই । অতুল বৰাই ১২৬টা সমষ্টিৰ আটাইকেইজন প্ৰাৰ্থীতকৈ সৰ্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ মুঠ ১,৯৫,২১৮টা ভোটত জয় লাভ কৰিছে। আনহাতে, কংগ্ৰেছৰ মনজিৎ মহন্তই লাভ কৰিছে ৭৪,১২৭টা ভোট। ১,২১,০৯১টা ভোটৰ ব্যৱধানত বিজয়ী হয় অতুল বৰা। এইবাৰৰ নিৰ্বাচনত মুঠ ৯৪৬ গৰাকী […]