Posted inNews

সমষ্টি পুনৰ নিৰ্ধাৰণেৰে অসমত হ’ব নিৰ্বাচন : নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা

ৰাজ্যখনত বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ্নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ২০০১ৰ ‘লোক পিয়ল’ৰ তথ্য সাৰোগত কৰা হ’ব। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা বলবত্ হোৱাকৈ নতুন প্ৰশাসনীয় গোট সৃষ্টিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে