Posted inইষ্ট ম'জ' বিশেষ

আমাৰ বিধায়ক সকলে নিজৰ মান ৰাখিব পাৰিছেনে

তচদুক আৰিফুল হুছেইন: যোৱা কেইটামান বিধানসভাৰ নিৰ্বাচনত অসমৰ জনসাধাৰনে যিসকলক নিজৰ প্ৰতিনিধি হিচাপে বিধান সভালৈ নিৰ্বাচিত কৰি পঠিয়াইছে সেই সকলক লৈ শংকাৰ বিষয় হৈ পৰিছে। অসমৰ জনসাধাৰণে জানি বুজি আৰু  ভাবিচিন্তি এই ব্যক্তি সকলক নিৰ্বাচিত কৰিবলৈ ভোট দিছিল নে নাই সেইটো এটা বিচাৰ্য্যৰ বিষয়।  কাৰণ, প্ৰতি বাৰেই এই বিধায়ক সকলে নিৰ্বাচনত জয়ী হৈ আহি আমাৰ […]