নিউজ ডেস্ক : বেচৰকাৰী প্ৰকৃতি সংগঠন নেচাৰ্চ বেকনে অসম চৰকাৰক নগাঁও জিলাত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ এক উচিত বিজ্ঞানসন্মত তদন্ত কৰিবলৈ দাবী জনাইছে। মঙলবাৰে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বন মন্ত্ৰী পৰিমল শুক্লবদ্যই অলপতে ৰাজহুৱা কৰা হাতী কেইটাৰ মৰণোত্তৰ আৰু তদন্তৰ প্ৰতিবেদ কেইখন ‘আসোঁৱাহপূৰ্ণ’ বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন […]