নিউজ ডেস্ক- গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সাতজনকৈ মেধাৱী ছাত্ৰই ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্রাণ হেৰুওৱাৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলৰ বাকীসকল ছাত্ৰৰ বাবে নতুনকৈ কঠোৰ নিয়ম জাৰি কৰিছে। তথ্য অনুসৰি, এই নতুন নিয়ম অনুসৰি নিৰ্ধাৰিত সময়ৰ বাহিৰে অনুমতি অবিহনে কেম্পাছৰ বাহিৰত থকা হোষ্টেল আবাসীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। হোষ্টেল আবাসীৰ বাবে অসম অভিযান্ত্ৰিক […]