নিউজ ডেস্কঃ অসমত বিগত কিছু সপ্তাহ ধৰি পৰি থকা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী, ভূমিস্খলনে বহুলোকক গৃহহীন কৰিছে। এই দুৰ্যোগে লক্ষাধিক শিশুকো প্ৰভাৱিত কৰিছে। এইবাৰ বানপানী,ভূমিস্খলন আৰু যোৱা দুটা বৰ্ষত কোভিডৰ ফলত হোৱা লকডাউনে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰটো ব্যাপক ক্ষতিসাধন কৰিছে। বানপানীয়ে এইবাৰ অসমত কালৰূপ ধাৰণ কৰিছে। অসমৰ কাছাৰ জিলাত বানৰ ফলত ১লাখৰো অধিক ছাত্ৰ-ছাত্ৰী […]