সদৌ অসম ফুটবল সংস্থা আৰু খেলুৱৈ সকলে সংবাদমেল পাতিগুৱাহাটীত বৰ্তমান সময়ত ফুটবলৰ বাবে উপযুক্ত খেলপথাৰ নোহোৱাক লৈ ক্ষোভ উজাৰে ৷নেহেৰু ষ্টেডিয়াম খন ফুটবলৰ বাবে এৰি দিবলৈ আহ্বান মুখ্যমন্ত্রীক।মৃতপ্রায় অৱস্থাত অসমৰ ফুটবল বুলি মন্তব্য কৰি ইয়াৰ বাবে প্ৰেকটিছ কৰিবলৈ খেলপথাৰ নথকাৰ কথা উল্লেখ কৰে।খেলপথাৰৰ অভাৱত অনুষ্ঠিত কৰিব পৰা নাই নিয়মীয়া ফুটবল প্ৰতিযোগিতা সমুহ।দেওবাৰে নেহেৰু ষ্টেডিয়ামৰ কাষত […]