Posted inক্ৰীড়া

সোণাৰিত আয়োজিত আন্ত:জিলা ফুটবল ৰণক্ষেত্ৰলৈ পৰিণত

সোণাৰি: সোণাৰীত চলি থকা ছিনিয়ৰ আন্তঃজিলা ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেলৰ সামৰণিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰেফাৰী আৰু গুৱাহাটী ফুটবল দলৰ প্ৰশিক্ষকৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাই উতপ্ত কৰি থাকে খেলপথাৰ খন । সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ওদালগুৰিৰ হাতত ১-০ গ’লত পৰাস্ত হয় গুৱাহাটী ।তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ ২৯ মিনিটত ১০ নং জাৰ্চি পৰিহিত ওদালগুৰিৰ নচিব […]