Posted inঅসম

আজিও অব্যাহত আছে ডবকা শালবাগানত প্ৰতিবাদী কাৰ্যসুচী

হোজাই: ডবকাৰ শালবাগান ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদ ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে ৷ ডবকা বনাঞ্চল ৰক্ষাৰ বাবে শালবাগানৰ পৰা আৰম্ভ হৈছে গণ স্বাক্ষৰ অভিযান৷ আমছু হোজাই জিলা সমিতি, পান্থতৰু সংৰক্ষনী, অসম জাতিয়তাবাদী য়ুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, গ্ৰীণ গাৰ্ড, নগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, হস্তীবন্ধু (অসম), ইলোৰা বিজ্ঞান মঞ্চ, লাওখোৱা-বুঢ়াচাপৰি চছাইটি, প্ৰাকৃতিক সংগঠন মাইহাং, সদৌ অসম […]