Posted inমুখ্যপৃষ্ঠা

অসম ৰাজ্যিক চিৰিয়াখানা ভ্ৰমণ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই

গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেনত শুকুৰবাৰে পৰিৱেশ আৰু বন মন্ত্ৰী, পৰিমল শুক্লবৈদ্যই চিৰিয়াখানা ৰক্ষাকৰ্মী আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ বুজ লয়। মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী), ড০ অমিত চাহাই আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেনৰ বনসংমণ্ডল বিষয়া, তেজাস মৰিস্বামীৰ সহিতে পৰিভ্ৰমণ বিভিন্ন বেষ্টনীত থকা জন্তুসমূহৰ স্বাস্থ্যৰ বিষয়ে খবৰ লয়। “ বৰ্তমান পৰ্যন্ত, কোনো জীৱ-জন্তুৱে […]