Posted inদেশ-বিদেশ

ৰাজস্থানত দলবদ্ধ ধৰ্ষণৰ চিকাৰ অসমৰ যুৱতী; কথমপি প্ৰাণ ৰক্ষা

গুৱাহাটী: অসমৰ এগৰাকী যুৱতী ৰাজস্থানত ধৰ্ষণৰ বলি হ’বলগীয়া এক ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে যোৱা শুকুৰবাৰে নিশা ৰাজস্থানৰ চুৰু জিলাত চাৰিজন যুৱকে অসমৰ এগৰাকী যুৱতীক ধৰ্ষণ চলাই বিল্ডিঙৰ ওপৰৰ পৰা বাহিৰলৈ পেলাই দিছিল। ঘটনা সম্পৰ্কত ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান এম এল লাথেৰে ইষ্টম’জ’ক কয়, ‘অভিযুক্ত যুৱক কেইজনক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা […]