নিউজ ডেস্ক: ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত নতুন নিয়ম আনি সোমবাৰে অসম বিধানসভাত গৃহীত হ’ল ‘The Assam Non-Government Educational Institutions (Regulation of Fees) (Amendment) Bill, 2022’ অৰ্থাৎ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক- ২০২২। উক্ত সংশোধনী বিধেয়কযোগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে এতিয়াৰ পৰা মাচুল নিয়ন্ত্ৰক কমিটীৰ ওচৰত প্ৰত্যেক বছৰৰ ৩১ অক্টোবৰৰ পূৰ্বে পৰৱৰ্তী […]