Posted inৰাজনীতি

পহিলা মাৰ্চৰ পৰা ৰাজ্যত ধাৰাবাহিক আন্দোলনৰ ভাবুকি অখিল গগৈৰ

টীয়ক: অখিল গগৈৰ নেতৃত্বত এইবাৰ ৰাজ্যত পুনৰ চলিব আন্দোলন। আজি টীয়কত অনুষ্ঠিত এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় যে চৰকাৰে যদি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেন্তে ৰাইজৰ দলে আন্দোলন আৰম্ভ কৰিব। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অহা বিধায়ক গৰাকীয়ে সংবাদমেলত […]