বৰ্তমান সময়ত ফাৰ্মাচীলৈ নোযোৱাকৈও ঘৰত বহিয়েই জৰুৰীকালীন অৱস্থাত প্ৰয়োজনীয় ঔষধ উপলব্ধ হয়। অনলাইন শ্বপিংৰ সুবাদত ই-ফাৰ্মাচী ছাইটবোৰে ঔষধৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সেৱাও প্ৰদান কৰা দেখা যায়। কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে শেহতীয়াকৈ অনলাইনত ঔষধ বিক্ৰী কৰাত আপত্তি জনাইছিল। ভাৰতীয় ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেলে (ডিচিজিআই) ইতিমধ্যে টাটা ১এমজি, আমাজন, ফ্লিপকাৰ্ট, নেটমেডছ, মেডি বাডি, ফ্ৰাঙ্কোইচ, এপেলোকে ধৰি ২০ টা […]
Tag: Assam government
Posted inঅসম