Posted inNews

ৰাজ্যৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ দেহাৱসান; মুখ্য মন্ত্ৰী, ৰাজ্যপালৰ শোক প্ৰকাশ

গুৱাহাটী: অসম চৰকাৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদৰ দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটালত মৃত্যু হয়। প্ৰসাদ বিগত কিছু প’ষ্ট ক’ভিডজনিত কিছু সমস্যাত ভূগি আছিল। পত্নী আৰু এটি পুত্ৰ সন্তানক এৰি থৈ যোৱা বিষয়া গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫২ বছৰ। দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত মৃত্যু হোৱা প্ৰসাদ যোৱা ২২ জুলাইৰ পৰা মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটী […]