Posted inঅসম

৫০ সংখ্যক কেবিনেট বৈঠকঃ গ্ৰহণ কৰা হৈছে ৬০০ সিদ্ধান্ত, পঢ়ক সবিশেষ

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ৫০ সংখ্যক কেবিনেট বৈঠক আজি তেজপুৰত অনুষ্ঠিত হয়। বৰ্তমানলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত প্ৰায় ৬০০ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেজপুৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই বৈঠকৰ পাছত তেজপুৰৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণাও কৰা হয়। কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ঘোষণা কৰে […]