Posted inক্ৰীড়া

অসম হেণ্ডবল সন্থাৰ পৰৱৰ্তী চাৰিখন প্ৰতিযোগিতাৰ দিন ঘোষণা

গুৱাহাটী : অসম হেণ্ডবল সন্থাই পৰৱৰ্তী চাৰিখন প্ৰতিযোগিতাৰ দিন ঘোষণা কৰিছে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত সন্থাৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্থাই সিদ্ধান্ত অনুসৰি ৪ ৰ পৰা ৬ ডিচেম্বৰত অমুল্য দাস সোঁৱৰণি জুনিয়ৰ আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতা চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত সাপেখাটীত অনুষ্ঠিত হ’ব। আনহাতে, জনুৱাৰীৰ প্ৰথম সপ্তাহত ছিনিয়ৰ আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতা মাৰ্ঘেৰিটা জিলা […]