Posted inঅসম

ৰাজ্যত নতুন ক’ভিড এছ অ’ পি ঘোষণা; কেতিয়াৰ পৰা বলৱৎ হ’ব?

কলিয়াবৰ : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বাবে নতুন ক’ভিড এছ অ’ পি ঘোষণা কৰে। সংবাদমেলত মন্ত্ৰী গৰাকীয়ে অহা ২৬ ডিচেম্বৰৰ পৰা নতুন সিদ্ধান্ত বলবৎ হ’ব বুলি কয়। সেই অনুসৰি দেওবাৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্যআইন জাৰি কৰা হ’ব। অৱশ্যে উক্ত কাৰ্ফিউ ৩১ ডিচেম্বৰত বাহাল […]