Posted inঅসম

যুৱৰাজ সিঙে আগবঢ়োৱা ক্ৰিটিকেল কেয়াৰ ইউনিট বিছনাৰ উদ্বোধন

ডিব্ৰুগড় : ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা ৫০ খন বিচনাৰ ‘ক্ৰিটিকেল কেয়াৰ ইউনিট’ (চিচিইউ) এটা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ দাতব্য সংস্থা ‘ইউউইকেন ফাউণ্ডেচন’ৰ পৃষ্ঠপোষকতাত অসমৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত সংযোজিত এই চিচিইউৰ ভাৰ্চুৱেল উদ্বোধনী […]