Posted inঅসম

অসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত

গুৱাহাটী : নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত ক’ভিড আতংক। অসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত। ৬ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়খন। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত হৈছে। অসম জাতীয় বিদ্যালয়ৰ প্ৰিন্সপাল ঘনশ্যাম মেধীয়ে বিদ্যালয়খনৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত হোৱা বুলি জানিবলৈ দিছে। যোৱা ২৬ আৰু ২৭নৱেম্বৰত বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থী […]